5 SIMPLE STATEMENTS ABOUT ASSAMESE SYNONYMS EXPLAINED

5 Simple Statements About Assamese synonyms Explained

5 Simple Statements About Assamese synonyms Explained

Blog Article

পিৰ্পিৰণি, সিৰ্সিৰণি, ৰম্ৰমনি, জিন্জিননি, ভক্ভকনি, উক্মুকনি, খোঁচনি-বিন্ধনি৷

   অসমীয়া সমাৰ্থক শব্দ/ প্ৰতি‍শব্দসমূহৰ সংগ্ৰহ তলত দিয়া হৈছে‍৷ আপুনি চাব বিচৰা শব্দটোৰ প্ৰথম আখৰটো (শব্দটো যিটো আখৰেৰে‍ আৰম্ভ হৈছে, সেইটো আখৰ) তলৰ তালিকাখনৰ পৰা নিৰ্বাচন কৰি সহজে আপুনি বিচৰা শব্দটো উলিয়াব পাৰিব৷

অংশুমালী, অৰুণ, অৰ্ক, অৰ্যমা, আদিত্য, চিত্ৰভানু, চিত্ৰৰথ, তপন, দিনমণি, দিবাকৰ, পুষা, প্রভাকৰ, বিভাবসু, বিৰোচন, বিৱস্বান, বেলি, ভানু, ভাস্কৰ, মাৰ্তণ্ড, মিত্ৰ, মিহিৰ, ৰবি, সপ্তাশ্ব, সবিতা, সুৰ, সূৰুয, সূৰ্য৷

অভ্ৰহীন, নিৰভ্ৰ, নিৰ্মেঘ, ফৰকাল, মুকলি, মেঘমুক্ত, মেঘশূন্য, মেঘহীন৷

অপৰিচ্ছন্ন, আবিল, কলুষিত, কলুষতাপূৰ্ণ, ক্লেদাক্ত, পংকিল, ফেদেলা, মলিন, মলিয়ন, লেতেৰা৷

অনিল, গন্ধবাহ, গন্ধৱহ, জগতায়ু, জগদ্বল, জগৎপ্ৰাণ, নভঃশ্বাস, নভস্বান, পৱন, পৱমান, বতাহ, বহ্নিমিত্ৰ, বাত, বায়ু, বায়, মাতৰিস্বা, মাৰুত, মৰুৎ, শব্দৱহ, সদাগতি, সমীৰ, সমীৰণ৷

অনুকল্প, অন্য, অপৰ, আছুতীয়া, আন, দোচোৰা, পৰ, বিকল্প, বেলেগ, ব্যত্যস্ত, ভিন, ভিন্ন, সুকীয়া৷

অংগহীন, প্ৰতিবন্ধী, পংগু, বিকলাংগ, বিশেষভাৱে সক্ষম, শাৰীৰিকভাৱে অক্ষম৷

অভ্যুদয়, অৰিষ্ট, উপকাৰ, ঋদ্ধি, কুশল, নিঃশ্ৰেয়স, ভদ্ৰ, ভবিক, মংগল, যোগক্ষেম, শম, শিৱ, শুভ, হিত, ক্ষেম৷

অবশ, অবাধ্য, check here আবৰী, উচ্ছৃংখল, উদ্দাম, নিয়ম নমনা৷

অনন্তস্থায়ী, কালাতীত, চিৰকালীন, চিৰন্তন, চিৰস্থায়ী, চিৰায়ত, চিৰায়মান, ধ্ৰুপদী, ধ্ৰুৱ, নিত্য, নিয়ত, শাশ্বত, শাশ্বতিক, শাশ্বতী, সনাতন, সাৰ্বকালিক৷ অক্ষয়, অনপায়ী, অনস্বৰ, অনাশ্য, অবিনাশী, অব্যয়, অলয়, ক্ষয়হীন, চিৰজীৱী, চিৰঞ্জীৱ, চিৰঞ্জীৱী, চিৰায়ু, নাশহীন, নিৰত্যয়, মৃত্যুঞ্জয়, মৃত্যুঞ্জয়ী, মৃত্যুহীন, লোপৰহিত, লয়হীন৷

অতুল, অতুলন, অতুলনীয়, অতুল্য, অনন্য, অনন্যসাধাৰণ, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷

অগনি-কালিকা, অগ্নিকণা, অগ্নিকলাই, ফিৰিঙতি, স্ফুলিংগ৷

অপৰিণত, অপৰিপক্ব, অপূৰঠ, অপৈণত, আপঁইতা, কেঁচা৷

Report this page